Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Moromor Buloni
Bhaskar Opswel
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
ক'লাহি মধুৰ প্ৰেমৰ কাহিনী
দিলাহি বুকুতে মৰমৰ বুলনি
শুনাহি নোকোৱা সাঁথৰৰ ভাঙনি
হ'লাহি জীৱন-বাটৰ লগৰী
উশাহে-নিশাহে প্ৰতিটো খোজতে
তুমি আছাহি বৈ
হিয়াৰে কোণতে প্ৰতিটো ক্ষণতে
তুমি থাকাহি ৰৈ
উশাহে-নিশাহে প্ৰতিটো খোজতে
তুমি আছাহি বৈ
হিয়াৰে কোণতে প্ৰতিটো ক্ষণতে
তুমি থাকাহি ৰৈ
ক'লাহি মধুৰ প্ৰেমৰ কাহিনী
দিলাহি বুকুতে মৰমৰ বুলনি
ৰ'দালিৰে হেঙুলীয়া কিৰণেৰে পোহৰালা
ডাৱৰৰে আঁৰে-আঁৰে লাজে-লাজে হাঁহি দিলা
ৰ'দালিৰে হেঙুলীয়া কিৰণেৰে পোহৰালা
ডাৱৰৰে আঁৰে-আঁৰে লাজে-লাজে হাঁহি দিলা
মুক্ত আকাশ
গানৰ সুবাস
সুৰে-সুৰে আহি আৱৰিছা
স্তব্ধ জোনাক
প্ৰেমৰ প্ৰকাশ
বাৰে বাৰে তুমি আৱৰিছা
মৌনতাৰে বুজালাহি এবুকু মৰম
মৌনতাৰে বুজালাহি এবুকু মৰম
মৌনতাৰে বুজালাহি এবুকু মৰম