Maanuhe Maanuhara
Popularity · Low
YouTube
Searching YouTube...
Lyrics
মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে.
ভাবিব কোনেনো কোৱাঁ
সমনীয়া .মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে.
ভাবিব কোনেনো কোৱাঁ
সমনীয়া .মানুহে মানুহৰ বাবে.
মানুহে মানুহক বেচিব খুজি.
মানুহে মানুহক কিনিব খুজি
মানুহে মানুহক বেচিব খুজি.
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহ'ব কোৱাঁ
সমনীয়া .মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে.
ভাবিব কোনেনো কোৱাঁ
সমনীয়া .মানুহে মানুহৰ বাবে.
দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহ.ত
তুমি হেৰুৱাবানো কি
দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহ.ত
তুমি হেৰুৱাবানো কি
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয়েই মানুহ
লাজ পাব কোনেনো কোৱাঁ
সমনীয়া .মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে.
ভাবিব কোনেনো কোৱাঁ
সমনীয়া .মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে.
ভাবিব কোনেনো কোৱাঁ
সমনীয়া .মানুহে মানুহৰ বাবে.