Dhuleti Bojai
Achurjya Barpatra
Popularity · Low
YouTube
Searching YouTube...
Lyrics
ঢোল এতি বজাই কোনো মাতে তোমাক
পেঁপাটি বজাই মাতে
মৰমতে সোণ বুলি কোনো জানৈ
বাৰে বাৰে মাতে
অ' তুমি জানানে তুমি নাজানা
তুমি বুজানে তুমি নুবুজা
বুকুত মোৰ মৰম বিলাই
দিচাং হৈ কোনো বৈ যায়
ঢোল এতি বজাই কোনো মাতে তোমাক
পেঁপাটি বজাই মাতে
মৰমতে সোণ বুলি কোনো জানৈ
বাৰে বাৰে মাতে
দূৰে দূৰে জান ঐ
তুমি ৰলে
পলে পলে জান ঐ
মনত পৰে
ভাবৰ মিঠা বহুত
কথা বোৰে
খোজে খোজে আহি মোকো মাৰে
দূৰে দূৰে জান ঐ
তুমি ৰলে
পলে পলে জান ঐ
মনত পৰে
ভাবৰ মিঠা বহুত
কথা বোৰে
খোজে খোজে আহি মোকো মাৰে
ঢোল এতি বজাই কোনো মাতে তোমাক
পেঁপাটি বজাই মাতে
মৰমতে সোণ বুলি কোনো জানৈ
বাৰে বাৰে মাতে
এপাক ঘূৰি তুমি চাইয়ে দিলে
বিহু বিহু এনেই লাগি আহে
সপোন দিঠক মিলে এতি হুৰে
হেপাহৰে বাহী তাতে বাজে
অ' এপাক ঘূৰি তুমি চাইয়ে দিলে
বিহু বিহু এনেই লাগি আহে
সপোন দিঠক মিলে এতি হুৰে
হেপাহৰে বাহী তাতে বাজে
ঢোল এতি বজাই কোনো মাতে তোমাক
পেঁপাটি বজাই মাতে
মৰমতে সোণ বুলি কোনো জানৈ
বাৰে বাৰে মাতে