Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Ki Bedonate
Shankuraj Konwar
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
কি বেদনাতে দুচকু সেমেকে?
কি ভাৱনাতে দুবাহু ওমলে?
কি বেদনাতে দুচকু সেমেকে?
কি ভাৱনাতে দুবাহু ওমলে?
কি মৰীচিকা খেদি হাবাথুৰি খাই
আজি ৰৈ আছোঁ মই?
মই আকৌ আহিলোঁ ফাগুন হৈ তোমালে'
মই আকৌ উভতিম বিমুখ হৈ তোমাৰে
মই আকৌ জ্বলি-পুৰি ছাই হৈ মিলি ৰ'ম ধূলিকণাত
সময়ৰ সৰাপাতেও নোসোঁৱৰাব মোক
বহু ৰাতি বাগৰিল নীৰৱতাত
বহু চকুলো সৰিল আকুলতাত
বহু খোজ থমকিল শূন্যতাত
সোণোৱালী
কাঁচিয়লি
পোহৰে আহি কয়
আজি মই মাথোঁ মই
ৰঙচুৱা সোণপথাৰৰে ৰং
পলাশৰে ফুলে সিঁচে মিঠা মন
উন্মাদিনী কবিতা শাৰীতে
দুটি শব্দ নিগৰে
পাহৰে সামৰে আৱেগেৰে
মই আকৌ আহিলোঁ ফাগুণ হৈ তোমালে'
মই আকৌ উভতিম বিমুখ হৈ তোমাৰে
মই আকৌ জ্বলি-পুৰি ছাই হৈ মিলি ৰ'ম ধূলিকণাত
সময়ৰ সৰাপাতেও নোসোঁৱৰাব মোক
বহু ৰাতি বাগৰিল নীৰৱতাত
বহু চকুলো সৰিল আকুলতাত
বহু খোজ থমকিল শূন্যতাত
সোণোৱালী
কাঁচিয়লি
পোহৰে আহি কয়
আজি মই মাথোঁ মই
বহু ৰাতি বাগৰিল নীৰৱতাত (কি বেদনাতে দুচকু সেমেকে?)
বহু চকুলো সৰিল আকুলতাত
বহু ৰাতি বাগৰিল নীৰৱতাত (কি বেদনাতে দুচকু সেমেকে?)
বহু চকুলো সৰিল আকুলতাত