Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Tumi Nohole
Namrata Kashyap
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
উকা উকা
লাগে কিয়
মোৰ এই পৃথিৱীত
ভাহি আহে
দুনয়নত
তোমাৰেই স্মৃতি
আধা লিখা যি ভাল পোৱা
জানুছা তুমি এই পুৰণা
ভাগৰুৱা হেপাহেৰে
আজি উ জিপাল মৰম
মৰ'হিব সপুন বুৰু
তুমি নহলে
ভাঙি যাব
হৃদয় খন উ
তুমি নহলে
উৰে মন আজি উ হেই হেমেকা বিয়লি বেলা
দুটি মন দুটি প্ৰাণৰ সীমাহীন ভাল পোৱা
এই এ ৰাতি তুমি তুমি লগা
জোনাক জোনাক পুহৰে আবৰা
এই এ ৰাতি তুমি তুমি লগা
জোনাক জোনাক পুহৰে আবৰা
হেৰাই যাব নিদিবা না
অন্ধাৰ আহিব ভাহি জানা
মৰ'হিব সপুন বুৰু
তুমি নহলে
ভাঙি যাব
হৃদয় খন উ
তুমি নহলে
মৰ'হিব সপুন বুৰু
তুমি নহলে
ভাঙি যাব
হৃদয় খন উ
তুমি নহলে
~ itsmechinmoy