Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Kinu Kuwa
Vicky Kalita
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
মনৰ কোঠাত গজাই উঠা অলেখ পাখি
কিয় বাৰু উৰি যোৱা দুবাহু মেলি?
মনৰ কোঠাত গজাই উঠা অলেখ পাখি
কিয় বাৰু উৰি যোৱা দুবাহু মেলি?
চকুত চকু পৰি ৰ'লে
শব্দ জানো লাগে!
মনৰ আয়তন বাঢ়ে
চুটি উশাহে-উশাহে
বুজি ল'লোঁ, কিনো কোৱা!
ভাবি থ'লোঁ, কিনো দিবা!
ভালপোৱাৰ সুৰতে
কবিতাৰ মাজেৰে
বুজি ল'লোঁ, কিনো কোৱা!
ভাবি থ'লোঁ, কিনো দিবা!
কিনো কোৱা!
কিনো কোৱা!
কিনো আশা জগোৱা আকুল প্ৰাণত!
বিচাৰি যাওঁ তুমি-তুমি হৈ
কিনো বেথা কাটে চুটি হাঁহিত!
জীয়া সপোন আঁকে তুমি-তুমি কৈ
চকুত চকু পৰি ৰ'লে
শব্দ জানো লাগে!
মনৰ আয়তন বাঢ়ে
চুটি উশাহে-উশাহে
বুজি ল'লোঁ, কিনো কোৱা!
ভাবি থ'লোঁ, কিনো দিবা!
আঙুলিৰ পৰশে
শিহৰণ জগালে
বুজি ল'লোঁ, কিনো কোৱা!
ভাবি থ'লোঁ, কিনো দিবা!
কিনো কোৱা!
কিনো কোৱা!
কিনো কোৱা!
কিনো কোৱা!