Skip to content

Shile Shile Theka Khale

Arati Mukherjee
Popularity · Low

YouTube

Searching YouTube...

Lyrics

শিলে শিলে ঠেকা খালে নিজৰাৰে পানী এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি অ' ৰং দিলে সানি ৰং দিলে সানি শিলে শিলে ঠেকা খালে নিজৰাৰে পানী এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি অ' ৰং দিলে সানি ৰং দিলে সানি বৰণীয়া বনৰীয়া আলসুৱা ফুলে হালি জালি মন ঢালি কিনো কথা ক'লে মনে যে বিচাৰে মন কোনে দিব আনি এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি ৰং দিলে সানি ৰং দিলে সানি বুকু জুৰ তুমি দূৰ দূৰণিৰ ৰিং মই নামনিৰ দুখ তুমি ওখ টিং বুকু জুৰ তুমি দূৰ দূৰণিৰ ৰিং মই নামনিৰ দুখ তুমি ওখ টিং টিঙে টিঙে কাৰ ৰিঙে তুলি গ'ল ঢৌ কাণে কাণে কাৰ গানে বৰষিলে মৌ নাচনী নিজৰাজনী কাৰ পাটৰাণী এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি ৰং দিলে সানি ৰং দিলে সানি শিলে শিলে ঠেকা খালে নিজৰাৰে পানী এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি ৰং দিলে সানি ৰং দিলে সানি