Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Xarodi Nikha
Sannidhya Bhuyan
,
Tonmoy Krypton
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
শৰতৰ ৰাতি দুবৰিৰ নিৱৰে
জোনৰ লগতে কথা পাতে
স্নিগ্ধ শেৱালিৰ অমিয় সুগন্ধে
শৰতী মায়াবী ৰ'হণ সানে
জোনাকিৰ ধেমালিতে
আকলোৱা মোৰ মনে
অতীতৰ মৰমৰ সুগন্ধ সানে
উতনুৱা মোৰ মনে
প্ৰাণৰ গীত ৰ'সে
সুৰে সুৰে হৃদয়ৰ উমালে
চৰগী সপোনবোৰ জাগি উঠে
আশা ভৰা গীতে আজি প্রাণ পায়
সুৱনি পথাৰৰ ধাননি
মৰমৰ মিঠা সোৱণি
লৰালিৰ আহি দিনবোৰে
আজিও কৰে আমনি
নদীৰে পাৰৰে বননি
বতাহৰে আতি উৰুৱাই
সপোনৰ সেই পালবোৰে
জীয়াই থকাৰ দিয়ে জননী
জোনাকিৰ ধেমালিতে
আকলোৱা মোৰ মনে
অতীতৰ মৰমৰ সুগন্ধ সানে
উতনুৱা মোৰ মনে
প্ৰাণৰ গীত ৰ'সে
সুৰে সুৰে হৃদয়ৰ উমালে
চৰগী সপোনবোৰ জাগি উঠে
আশা ভৰা গীতে আজি প্রাণ পায়
~ itsmechinmoy