Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Tumar Ukhahot
Neel Akash
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
মনতে আজি মোৰ কিহৰে শিহৰণ জাগে?
এমুঠি সপোনে ক'তে উৰা মাৰে?
তুমিও বহিলাহি মোৰেই কাষতে
কিনো কওঁ আজি মই তোমাক নোকোৱাকে'!
অ', উমলি উভতি আহে
কৌকিৰী উফৰি উঠে
অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা?
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা?
একোলা-দুকোলাকৈ বাঢ়ি অহা মৰম
চেনেহী অ', তুমি মোৰে সাঁথৰ
অ', ৰাতি-ৰাতি মোৰে গাৰু শিতানৰ
কোমলকৈ আঙুলিৰ উমাল পৰশ
অ', উমলি উভতি আহে
কৌকিৰী উফৰি উঠে
অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা?
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা?