Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Arohi
Shankuraj Konwar
Popularity · Moderate
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
গৰকি যাওঁ নিয়ৰৰ শৰাই
চকুৰ পচাৰতে ৰাতি পুৱায়
বনৰ চৰায়ে বনৰ গীত গায়
উৰি উৰি সীমনাতে হেৰায়
প্ৰথমজাক পোহৰে সমুখৰে বাটবোৰ দেখুৱায়
বাটৰুৱা মন আমাৰ, ধুমুহাকো নেওচি যাব আগুৱাই
আৰোহী, আৰোহী, আৰোহী, আৰোহী
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
গৰকি যায় সপোন নিজৰাই
সাগৰ বিচাৰি দিঠকত হেৰায়
সাগৰলে' এতিয়াও যে দূৰ
যদি পাহৰোঁ এই গীতৰে সুৰ
তোমাৰ মৰমেই মোৰ সিৰে-সিৰে ব'ব সুৰ হৈ তেতিয়া
তোমাৰ উছাহে মোক ধুমুহাকো নেওচি নিব আগুৱাই
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
যদি ৰওঁ থমকি, প্ৰাণ-পক্ষী মোৰ তোমাৰে সাৰথি
আকাশ-পিয়াসী মনে ধুমুহাকো নেওচি যাব আগুৱাই
আৰোহী, আৰোহী, আৰোহী, আৰোহী
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰোহী
আমি পোহৰৰে আৰোহী
আৰোহী, আৰোহী, আৰোহী, আৰো-
আমি হেঁপাহৰে আৰোহী