Skip to content

Thakim Xexole

Popularity · Low

YouTube

Searching YouTube...

Lyrics

নীলা আকাশৰ তলতে মৰম দিলাহি বুকুতে প্ৰেম নামৰ সাগৰ খনত বিলীন হ'লু মই তুমাতে নীলা আকাশৰ তলতে মৰম দিলাহি বুকুতে প্ৰেম নামৰ সাগৰ খনত বিলীন হ'লু মই তুমাতেই সুৱাছুন এবাৰ আহি এপাহি মৰম সানি অভিমান সামৰি তুমি তুমি থাকিমেই তুমাৰ সতে প্ৰতিটু খুজতে সিয়াহি প্ৰেমৰ পৰিল মুৰে বুকুতে দুবাহু মেলি আহা মুৰে হ'বলে আজিউ আছু মই থাকিম শেষলৈ সুই যুৱা মলয়া বতাহ এজাকে বাৰে বাৰে আহি তুমাৰ কথা ক'লে ৰৈ সুৱা কাষৰতে এবাৰ আহি উচাহু আজি যেন থমকি ৰ'লে থাকিবানে কাষৰতে হ'বানে মুৰ দিঠকতে আজিউ যেন আছু মই ৰৈ মৰমে মৰমকে হাবতি ল'লে শয়নে সপুনে হ'লু তুমাৰে থাকিমেই তুমাৰ সতে প্ৰতিটু খুজতে সিয়াহি প্ৰেমৰ পৰিল মুৰে বুকুতে দুবাহু মেলি আহা মুৰে হ'বলে আজিউ আছু মই থাকিম শেষলৈ