Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Aai
Bishrut Saikia, Uddipan Hazarika, Gouranga Gogoi
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
বন্ধ কৰি নিজক আজি
চাৰি বেৰে ৰাখোঁ আৱৰি
কান্ধত বোজা চকুত পানী
শূণ্য জীৱন আজি
ৰজাৰ দ'ল ভাঙিল
নহ'ল যেন সপোন ৰঙীন
ৰঙে যে হেৰুৱালে বাট
অচিনাকী বাটে যাবলৈ ভয় লাগে
নিদিওঁ আপোনক আঘাত
জীৱনে খেল খেলে
দোষীবলে কোনো নাই
আশা ভৰসা মই আইৰ
সপোন বহু দূৰ
তাৰেই আহৰণৰ হেঁপাহ আছে মোৰ
জীৱিকাৰ সাফল্য দূৰ
আজি সাফল্য পুত্ৰ ৰূপে মোৰ
অহেতুক জীৱনত
স্বাৰ্থৰ বিলাপ শুন
আত্মাৰ মানে ভাঙে
উৎপাদকতাৰ ত্রানৰ আউল
তৰা হ'ব খোজোঁ
আইৰে দুচকুত
আইৰ দুচকু মোৰ আকাশ
আকাশৰে পক্ষী ভাবে মোক দেখি
ধ্ৰুৱ আমাৰে বুলি
জীৱনে খেল খেলে
দোষীবলে কোনো নাই
আশা ভৰসা মই আইৰ