Skip to content

Pakhuri

Zubeen Garg feat. Minakshi Kalita
Popularity · Low

YouTube

Searching YouTube...

Lyrics

পাখুৰী মেলিছে মৰমে দুবাহুৰ সপোন মোৰ বাউলে জীয়া জীয়া আবেগৰে ঢৌ উঠিছে হৃদয়ত শুনাচোন তুমি আছোঁ মই তোমাৰেই হিয়াৰ প্ৰতিটো উশাহৰ এনাজৰী হৈ শিৰে শিৰে বিয়োপি এখিলা পাতৰে মোৰ কবিতা তুমি তুমি তুমি অসীম মৰম একাজলি তুমি তুমি তুমি এখিলা পাতৰে মোৰ কবিতা তুমি তুমি তুমি অসীম মৰম একাজলি তুমি তুমি তুমি লাহে লাহে জাগি উঠা মোৰ আলফুলিয়া হেপাহে তুমাকে আজৰে সুৰে সুৰে বৈ ধুণ ধুনীয়া লাহি যেন বুকুতে বাজে উপহাৰ মোৰে প্ৰাণৰ দিয়া তুমি অবিশাৰ মৰম আজি কলিজাতে শুব নি এখিলা পাতৰে মোৰ কবিতা তুমি তুমি তুমি অসীম মৰম একাজলি তুমি তুমি তুমি দুলে দূলে হিয়াৰ সজাৰ পখী মোৰ আলাসতে নাচি উঠে মতলীয়া হিহৰণও যে তুলবুলিয়া উম দিলে আহি মৰমে যুগে যুগে তুমাৰে অধীন আশা মোৰ তুমাতেই হিমাবিহিন তুমিয়েই ৰাগিনি এখিলা পাতৰে মোৰ কবিতা তুমি তুমি তুমি অসীম মৰম একাজলি তুমি তুমি তুমি এখিলা পাতৰে মোৰ কবিতা তুমি তুমি তুমি অসীম মৰম একাজলি তুমি তুমি তুমি