Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
You & I
Yu9g Nicky
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
দেখিলোঁ first তোক মই DTP Dyke-ত
Hella fine, wanna make you mine, girl
কাৰণ baby হৈছ তই মোৰ type-ৰ
কথা দিছোঁ মই সদায় থাকিম তোৰ side-ত
দেখিলোঁ first তোক মই DTP Dyke-ত
Hella fine, wanna make you mine, girl
কাৰণ baby হৈছ তই মোৰ type-ৰ
কথা দিছোঁ মই সদায় থাকিম তোৰ side-ত
সদায় থাকিম তোৰ side-ত
মিছা নকওঁ, মই আছিলোঁ suicidal
আহ, তই আহি মোৰ ধৰি ল হাত
Copilot তই মোৰ জীৱনৰ ride-ত
হ'বি তই মোৰ Bonnie
আৰু মই তোৰেই Clyde হ'ম
হৈছোঁ মই addicted
Feel like তই মোৰ হৈছ Styrofoam
কথা আছে বহুত, feel কৰি থাকোঁ বহুত lonely
আছে লগত gang, সেয়া হৈছে মোৰেই homies
সঁচা মানুহ নাই ইয়াত, real life-ত চব মতলবী
বনি যা মোৰ ৰাণী আৰু বনিম মই তোৰেই king
পিন্ধাম ring
আমি দুয়ো একেলগে বনিম tag team
কাহিনী ৰচিম
সঁচা মৰম যাচিম
দুয়ো মিলি এখন মৰমৰ ঘৰ সাজিম
And I won't ever change
I'll be the same
I say, "Fuck the fame"
Working to get paid
And I won't ever change
I'll be the same
I say, "Fuck the fame"
Working to get paid, ayy
মনৰ কথাবোৰ মই কৈ দিছোঁ গানত আজি
তোলে' থকা মৰমবোৰ বুকুত মই থৈছোঁ সাঁচি
দিয় মোক trip তই, যেন তই LSD
Shizuka তই মোৰ, মই তোৰ Nobita Nobi
দেখিলোঁ first তোক মই DTP Dyke-ত
Hella fine, wanna make you mine, girl
কাৰণ baby হৈছ তই মোৰ type-ৰ
কথা দিছোঁ মই সদায় থাকিম তোৰ side-ত
দেখিলোঁ first তোক মই DTP Dyke-ত
Hella fine, wanna make you mine, girl
কাৰণ baby হৈছ তই মোৰ type-ৰ
কথা দিছোঁ মই সদায় থাকিম তোৰ side-ত