Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Xullo Son
Debabrata Gogoi & Rajnish Saikia
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
আজিতো চাই দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয়
তোমাৰো আজৰি খুজিব নোৱাৰোঁ আগৰ কথাবোৰ ভাবি ৰৈ
চাৰিওফালে মিছা মাতৰে সুহুৰি, ধৰিব পৰা নাই এই জীৱন
নাজানো, নুবুজোঁ, যাবও নোৱাৰোঁ, ঘূৰাই দিয়াঁ মোক ১৬ চন
য'ত মোৰ দুখ নাই, য'ত সুখৰ ভোক নাই
য'ত তাইৰ চকুযুৰি, তাই মোক হাঁহি চায়
য'ত মন-ফুলনি, নিৰলে থাকোঁ আমি
য'ত মই ক'ব পাৰোঁ তাই মোক ভাল পায় বুলি
আহিলে মনৰে মৌনতা, নিজৰে মনতে মগ্ন তাই
হাতত ধৰি ৰাখিব নোৱাৰি নদীৰ দৰে উটি যায়
আশা-প্ৰতিশ্ৰুতি থমকি ৰ'ল, ৰংবোৰো কিবা নোহোৱা হ'ল
লাহে লাহে কৰি নিজকে বুজালোঁ- "তাই তোক এৰি গুচি গ'ল"
আহিলে মনৰে মৌনতা, নিজৰে মনতে মগ্ন তাই
হাতত ধৰি ৰাখিব নোৱাৰি নদীৰ দৰে উটি যায়
সহিব নোৱাৰি ভাঙিলোঁ মই, কোঠাতে নিজকে বান্ধিলোঁ থৈ
মনক বান্ধি ৰাখিলোঁ যদিও আছিল চকুপানী বৈ
আজিও চাই নেদেখোঁ মই, আজিও সপোনে তোমাৰে নাম কয়
যদিও নোহোৱা মোৰ তথাপিও সপোন ৰাখিছোঁ সাঁচি থৈ
নালাগে আনিব সুখৰে বতৰা, নালাগে ভাঙিব মোৰ মন
ৰং সানিবলৈ নাহিবাঁ তুমি, নালাগে ঘূৰাই ১৬ চন