Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Mur Bukur Pitai
Mayurpankhi Chetia
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
মোৰ বুকুৰ পিতাই ঐ
তই হেনো ওলাইছ মোক বিয়া দিবলৈ
মোৰ বুকুৰ পিতাই ঐ
তই হেনো ওলাইছ মোক বিয়া দিবলৈ
সৰুৰ পৰা তুলি-তালি কৰিলি ডাঙৰ
সৰুৰ পৰা তুলি-তালি কৰিলি ডাঙৰ
আদৌ বুলি মাত মোক ইমান চেনেহৰ
মোৰ বুকুৰ পিতাই ঐ
তই হেনো ওলাইছ মোক বিয়া দিবলৈ
Music
আম দালি গঠিছো
আম দালি গঠিছো
আমাৰে আইদেউক সমাজলৈ মতিছো
আম দালি গঠিছো
আম দালি গঠিছো
আমাৰে আইদেউক সমাজলৈ মতিছো
চোলা আন চাপ দিয়া ফুটুকা ফুটুকী
জেলেপতে ভৰাই আন ৰঙা চেনীগুটি
চুচি মালতীৰে টেমা গোন্ধ তেলৰ চিচা
খেজেনা দিবলে গ'লে আন জিলাৰ পৰা
পাৰিবিনে চিঙিবলে জৰী মৰমৰ
মোৰ বুকুৰ পিতাই ঐ
তই হেনো ওলাইছ মোক বিয়া দিবলৈ
Music
মোলৈ হেনো চাইছ তই মেলেটেৰী দৰা
গাঁৱৰে ছোৱালী গাঁৱতে চাবি দৰা
মোলৈ হেনো চাইছ তই মেলেটেৰী দৰা
গাঁৱৰে ছোৱালী গাঁৱতে চাবি দৰা
কুৰুৱাজনীয়ে কান্দে শিমলুতে পৰি
কুৰুৱাজনীয়ে কান্দে শিমলুতে পৰি
নেদেখিলে পিতাই তোক থাকিম কেনেকৰি?
মোৰ বুকুৰ পিতাই ঐ
তই হেনো ওলাইছ মোক বিয়া দিবলৈ
মোৰ বুকুৰ পিতাই ঐ
তই হেনো ওলাইছ মোক বিয়া দিবলৈ