Skip to content

Monseng

Popularity · Low

YouTube

Searching YouTube...

Lyrics

অ ছেং কি মৰম লগালি ক' অ ছেং পগলা কৰিলি ক' অ ছেং তোৰে প্ৰেম সাগৰত ক' অ ছেং জাপে মই দিলং ক' তই মন মইনা ঐ এৰি থৈ নাযাবি ঐ তই জান মইনা ঐ ভাবি চাবি মোলে ঐ কেতিয়াকৈ পামে তোৰ মৰমৰ এষাৰি মাত অ ছেং কি মৰম লগালি ক' পগলা কৰিলি ক' অভিমানী হৈ মোৰ জান জনী ঐ নকবি দেই নকবি দেই এৰি যামেগৈ মৰম নদীত ঐ মোৰ জান জনী ঐ সাতুৰি নাদুৰি আছো তোৰে সতে ঐ তই মন মইনা ঐ ভাবি চাবি মোলে ঐ তই জান মইনা ঐ আতৰি নাযাবি ঐ কেতিয়াকৈ দিবি তোৰ মৰমৰ সহাৰিৰ হাত মনতে তোকে চোন ভাবো বুকুতে ঘৰ এটি সাজো নেভাবি নোৱাৰো বুজিও নুবুজু কিয় উৰি উৰি মন তোৰ কাষলে যায় অ ছেং তোৰে চাই মুখনি অ ছেং যাবলে টোপনি অ ছেং কেতিয়াকৈনো পাম অ ছেং বুকুতে সাৱটি তই মইনা ঐ ভাবি থাকোং তোকে ঐ তই জান মইনা ঐ আনলে নাভাবোং ঐ দূৰে দূৰে নৰ'বি দিবি তই সহাৰিৰ হাত অ ছেং মনকে বান্ধি লং ক' তই ছেং মোৰ হ'বিনে ক' অ ছেং কি মৰম লগালি ক' বলিয়া কৰিলি ক'