Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Abegey - Prabin Borah
Anupam Konwar, Priyanshu Nath, Prabin Borah
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
আবেগে উপচা মন আজি উৰণীয়া
আবেগে উপচা মন আজি উৰণীয়া
হুম্...
মোক উৰুৱাই নিলে ফাগুনৰ পছুৱাই জুৰণীয়া
আআআহা...
আবেগে উপচা মন আজি উৰণীয়া
হুম্...
মোক উৰুৱাই নিলে ফাগুনৰ পছুৱাই জুৰণীয়া
আআআহা...
নতুন ফাগুন মোৰ নামি আহা
দুচকুত নামি চুমা দিয়া
নতুন ফাগুন মোৰ নামি আহা
দুচকুত নামি চুমা দিয়া
আহ্ ফাগুন মোক নো আজি সুমাই যা
আবেগে উপচা মন আজি উৰণীয়া
হুম্...
মোক উৰুৱাই নিলে ফাগুনৰ পছুৱাই জুৰণীয়া
আআআহা...
দূৰণিতে ৰৈ মৰমৰে
মাটো নে নামাটো এই দুমুজাতে
পলকতে এটি পৰশতে
ঢৌ উঠে এই কলিজাতে
মৰিশিকা যেন এটি ছাঁয়া
কিনো মায়া মই সয়া ময়া
মৰিশিকা যেন এটি ছাঁয়া
কিনো মায়া মই সয়া ময়া
কিয়নো জোকাওঁ তই ফাগুনী মলয়া
আবেগে উপচা মন আজি উৰণীয়া
হুম্...
মোক উৰুৱাই নিলে ফাগুনৰ পছুৱাই জুৰণীয়া
আআআহা...
ৰ’দে ফাকু খেলায় মোৰ এই
মনে আজি ঘনে ঘনে
বিচাৰে তোমাক
তুমি হ’বানে মনৰে জোনাক
ৰ’দে ফাকু খেলায় মোৰ এই
মনে আজি ঘনে ঘনে
বিচাৰে তোমাক
তুমি হ’বানে মনৰে জোনাক
চকু মেলি মোক এবাৰ চোৱা
বুকুৱে দি নিগৰি জোৱা
চকু মেলি মোক এবাৰ চোৱা
বুকুৱে দি নিগৰি জোৱা
ফাগুনৰ সৈতে তোমিও বুকুত ৰোৱা না
আবেগে উপচা মন আজি উৰণীয়া
হুম্...
মোক উৰুৱাই নিলে ফাগুনৰ পছুৱাই জুৰণীয়া
আআআহা...
~itsmechinmoy