Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Biya
Achurjya Borpatra
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
এ-এই, তই জান নে নাজান— ক!
এ-এই, তই মোৰে হয় সঁচাকে' ন!
এ-এই, মোৰ বলিয়া ফাগুনো হ
এ-এই, মোৰ কলিজাতে ৰঙা চিলা হৈ ৰ
নাচাবি, নাচাবি আনলে'
নক'বি, নক'বি আনকে
নিদিবি, নিদিবি মনে-মনে-মনে কৈ
আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব
আয়তীয়ে মোকে দেখি একেলগে জুৰিব
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে
অ' মন, পানী তুলিবলৈ, অ' মন, ওলাইছে আয়তী
হৰি মোৰ, ঐ, হাততে কলচী লৈ
অ' মন, চকুতে চকু থৈ, অ' মন, নাচাবি এনেকৈ
হৰি মোৰ, ঐ, নোৱাৰিম থাকিবলৈ
নাচাবি, নাচাবি আনলে'
নক'বি, নক'বি আনকে
নিদিবি, নিদিবি মনে-মনে-মনে কৈ
আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব
আয়তীয়ে মোকে দেখি একেলগে জুৰিব
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে