Tenekoi
Bishrut Saikia - Topic
Popularity · Low
YouTube
Searching YouTube...
Lyrics
Hmm hmm hmm oho ho ho
Oho ho ho ho ho
Hmm hmm hmm hmm
চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ?
হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ?
চকুলো মচি দিয়া যেনেকৈ
হৃদয় সাঁচি ৰাখা যেনেকৈ
তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ
Hmm hmm hmm ho ho ho
Hmm hmm hmm ho ho ho
Hmm hmm
স্বাভিমান ৰাখিও সহি থাকা কেনেকৈ?
পৰিমাণ মৰমৰ বুজি পোৱা কেনেকৈ?
সন্মান ধৰি ৰাখা যেনেকৈ
অম্লান মৰম বোৰ যেনেকৈ
তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ
যদি সোধো আৰু কিমান
মৰম আছে মোৰ বাবে?
প্ৰশ্ন মোৰো যদি একে
কিনো ক'বা?
হেঁপাহত মাতিলে নুশুনি থাকোঁ কেনেকৈ?
মৰমত বুজালে অভিমান কৰোঁ কেনেকৈ?
সকলো কথা শুনা যেনেকৈ
অভিমান এৰি বুজা যেনেকৈ
তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ
কেনেকৈ? তেনেকৈ
কেনেকৈ? তেনেকৈ
Hmm hmmm hmm hmm
Hmm hmmm hmm hmm
Oho ho hoo oho ho hoo
La la la laa la la la laa
Hmm hmmm hmm hmm
Hmm hmmm hmm hmm