Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Xuronjona
Sannidhya Bhuyan
,
Tonmoy Krypton
Popularity · Low
+
Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
...
প্ৰতি ক্ষণে-ক্ষণে হিয়া চুমিলা
পলে-অনুপলে মায়া সানিলা
মিঠা মিঠা লগা মৌন আলাপেৰে মন মোৰ কাঢ়ি নিলা
প্ৰতি ক্ষণে-ক্ষণে হিয়া চুমিলা
পলে-অনুপলে মায়া সানিলা
মিঠা মিঠা লগা মৌন আলাপেৰে মন মোৰ কাঢ়ি নিলা
অনুভৱী মন প্ৰেমতে মগন
চকুৰে চাৱনিত হিয়াৰে কাহিনী
বুজিলোঁ সুৰঞ্জনা
অনুভৱী মন প্ৰেমতে মগন
চকুৰে চাৱনিত হিয়াৰে কাহিনী
বুজিলোঁ সুৰঞ্জনা
চকুৰ ভাষা তোমাৰ মৰমসনা
লাহনী মুখনি সৰলমনা
মৰমে বিচৰা হিয়াৰে লগৰী
তুমি মোৰে কল্পনা
চকুৰ ভাষা তোমাৰ মৰমসনা
লাহনী মুখনি সৰলমনা
মৰমে বিচৰা হিয়াৰে লগৰী
তুমি মোৰে কল্পনা
মোৰ কাষৰলে' তুমি আহিলা
মোৰ হৃদয়লে' ব'হাগ আনিলা
মন জুৰ পৰা এটি মৌন গীতে হিয়াৰ দুৱাৰ খুলিলা
মোৰ কাষৰলে' তুমি আহিলা
মোৰ হৃদয়লে' ব'হাগ আনিলা
মন জুৰ পৰা এটি মৌন গীতে হিয়াৰ দুৱাৰ খুলিলা
প্ৰণয়ৰে ক্ষণ মধুৰ লগন
চকুৰে চাৱনিত হিয়াৰে কাহিনী
বুজিলোঁ সুৰঞ্জনা
প্ৰণয়ৰে ক্ষণ মধুৰ লগন
চকুৰে চাৱনিত হিয়াৰে কাহিনী
বুজিলোঁ সুৰঞ্জনা
চকুৰ ভাষা তোমাৰ মৰমসনা
লাহনী মুখনি সৰলমনা
মৰমে বিচৰা হিয়াৰে লগৰী
তুমি মোৰে কল্পনা
চকুৰ ভাষা তোমাৰ মৰমসনা
লাহনী মুখনি সৰলমনা
মৰমে বিচৰা হিয়াৰে লগৰী
তুমি মোৰে কল্পনা
..........<3