Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Tulonabiheen
Mrityunjoy Kakati
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিওঁ মই বুজনি!
মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিওঁ মই বুজনি!
অনুভূতিবোৰো আহিছে সুৰেৰে নিগৰি
তোমাৰেই ভাৱনাতে সাৰে আছোঁ উজাগৰী
ক'বলে' আছে কত কাহিনী
তোমাৰে স'তে মেলা পাতনি
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
শব্দবিহীন মই
শব্দবিহীন মই
তোমাৰেই পৰাই পাতনি
মোৰ প্ৰতিটো হাঁহি
তোমাতেই যে হয় সামৰণি
মোৰ প্ৰতিটো ৰাতি
তোমাৰেই কাৰণে শুৱনি
মোৰ সুৰৰে ৰাগি
তোমাকেই কাষৰতে পালে বাঢ়ে
উশাহৰে গতি
এই ফাগুনৰে ৰং সানি তুমি
মোৰ হিয়া কৰিলা জীপাল
এই সৰাপাতে ভৰা ধৰণীও
আজি লাগিছে সেয়াও ৰসাল
এই ফাগুনৰে ৰং সানি তুমি
মোৰ হিয়া কৰিলা জীপাল
এই সৰাপাতে ভৰা ধৰণীও
আজি লাগিছে সেয়াও ৰসাল
ক'বলে' আছে কত কাহিনী
তোমাৰে স'তে মেলা পাতনি
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
তুলনাবিহীন তুমি, শব্দবিহীন মই
শব্দবিহীন মই
শব্দবিহীন মই