Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Eta Kotha
Harchita Bhattacharya
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
পাকু বুলি মাতা না
মাটি নিজক খোধা না
তুমি মোৰেই মুনমু ন জনি হয় নে নহয়?
বুকোৰে আমঠু তুমিয়েই সকলো
নিজকে দেখো তোমাৰে মাজত।
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
এপাহী সপোনৰ তুমিয়েই আলহী
ৰ'দালী দিঠকৰ তুমিয়েই তুলসী
অ' অ' অ'
তৰালী আকাশৰ তুমিয়েই পুৱতি
শেৱালী মৰমৰ তুমিয়েই ধৰনী
ফুটুকী পখিলী, শোণিতৰ শেৱালী
তোমাতেই আকোঁ হৃদয়ৰ সাগৰ
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
প্ৰতিটো সময়ৰ তুমিয়েই চিনাকি
দুভৰি দুহাতত তুমিয়েই সহাৰি
অ' অ' অ'
সুখৰো দুখৰো তুমিয়েই লগৰী
সুবাসী দুচকুৰ তুমিয়েই ত'ৰালী
ফুটুকী হৰিণী, তুমিয়েই ধেমালি
তোমাতেই পালো আকাশৰ সাঁথৰ
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?