Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Tomoxa
Debabrata Gogoi feat. Sannidhya Bhuyan & Rajnish Saikia
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা
নিজকে দেখাবলৈ
পদূলিৰ মূৰতে আছোঁহি ৰৈ
বাটৰ ফালে আছে তোৰ চকু গৈ
বাকী কথাখিনি ক'বলে' গৈ থৈ
নিজকে দেখাবলৈ
পদূলিৰ মূৰতে আছোঁহি ৰৈ
বাটৰ ফালে আছে তোৰ চকু গৈ
বাকী কথাখিনি ক'বলে' গৈ থৈ
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা
ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা
মনৰ পথাৰ হওক সেউজে পৰশা
ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা
মনৰ পথাৰ হওক সেউজে পৰশা
সাৰদী পুৱাৰ যেন তুমি অৰুণিমা
ৰাঙলী আভাৰে ঢকা পুৱাৰ নীলিমা
সাৰদী পুৱাৰ যেন তুমি অৰুণিমা
ৰাঙলী আভাৰে ঢকা পুৱাৰ নীলিমা
গণি গণি গ'ল
এটি-দুটিকৈ তমসা ৰাতি
আজি মাথোঁ স্মৃতি হ'ল
কৰি সেই সময় পাৰ
সোধোঁ আকৌ এবাৰ
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা