Tumi Nohole
Namrata Kashyap
Popularity · Low
YouTube
Searching YouTube...
Lyrics
উকা উকা
লাগে কিয়
মোৰ এই পৃথিৱীত
ভাহি আহে
দুনয়নত তুমাৰেই স্মৃতি
আধা লিখা যি ভাল পোৱা
জানুছা তুমি এই পুৰণা
ভাগৰুৱা হেপাহেৰে
আজি উ জিপাল মৰম
মৰ'হিব হ'পুন বুৰু
তুমি ন'হলে
ভাগি যাব
হৃদয় খন উ
তুমি ন'হলে
উৰে মন আজি উ হেই হেমেকা বিয়লি বেলা
দুটি মন দুটি প্ৰাণৰ সীমাহীন ভাল পোৱা
এই এ ৰাতি তুমি তুমি লগা
জোনাক জোনাক পুহৰে আবোৰা
এই এ ৰাতি তুমি তুমি লগা
জোনাক জোনাক পুহৰে আবোৰা
হেৰাই যাবো নিদিবা নাআ
অন্ধাৰ আহিবো ভাহি জানা
মৰ'হিবো হ'পুন বুৰু
তুমি ন'হলে ভাগি যাবো হৃদয় খন উ
তুমি ন'হলে
মৰ'হিবো হ'পুন বুৰু
তুমি ন'হলে ভাগি যাবো হৃদয় খন উ
তুমি ন'হলে