Skip to content

Protidine, Pt. 1

Popularity · Low

YouTube

Searching YouTube...

Lyrics

বাংলা ঘরে থাইকা রে দামান বাংলা লেখন লেখে আঁর বান্ধে বাংলা লেখে, লেখে রে দামান কান্ধিয়া আসতি কইছে আঁর বান্ধে কোথায় রইলে, দরদের বাপ-মাও কান্ধিয়া আসতি কইছে আঁর বান্ধে থাকিমু কুনথি... প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল এপাহি হাঁহি, এপাহি দুখ তাৰেই সজাই তোলোঁ মুখ প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল আকাশে গাতে ল'বৰে মন সাগৰ-তলিত শুবৰে মন মনৰ চিলা উৰুৱায় জীৱনে অ', আকাশে গাতে ল'বৰে মন সাগৰ-তলিত শুবৰে মন মনৰ চিলা উৰুৱায় জীৱনে সোণালী হৈ থাকক তোমাৰে-মোৰে সময় বুকুৱে-বুকুৱে ৰৈ যায় যেন মধুময় বাংলা ঘরে থাইকা রে দামান বাংলা লেখন লেখে আঁর বান্ধে বাংলা লেখে, লেখে রে দামান কান্ধিয়া আসতি কইছে আঁর বান্ধে কোথায় রইলে, দরদের বাপ-মাও কান্ধিয়া আসতি কইছে আঁর বান্ধে থাকিমু কুনথি... হৃদয় কঁপোৱা গান এটি পোৱা-নোপোৱাৰ সুৰ এটি তাতেই হেৰায় ছন্দ মোৰ হয়তোবা অ', হৃদয় কঁপোৱা গান এটি পোৱা-নোপোৱাৰ সুৰ এটি তাতেই হেৰায় ছন্দ মোৰ হয়তোবা তথাপি সপোনত সপোনৰে দিঠকত তোমাক আদৰোঁ সেন্দুৰীয়া বাটত এপাহি ফুল ৰঙৰে বোল প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল এপাহি হাঁহি, এপাহি দুখ তাৰেই সজাই তোলোঁ মুখ বাংলা ঘরে থাইকা রে দামান বাংলা লেখন লেখে আঁর বান্ধে বাংলা লেখে, লেখে রে দামান কান্ধিয়া আসতি কইছে আঁর বান্ধে কোথায় রইলে, দরদের বাপ-মাও কান্ধিয়া আসতি কইছে আঁর বান্ধে থাকিমু কুনথি...