Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Joluwa Hiya Mure
Zubeen Garg
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
জ্বলোৱা হিয়া মোৰ কলিজাৰ উমেৰে
শেষ হব দিয়া মোক সাৱটি বুকুতে
সেমেকা এই মন জুমি চোৱাহি
দুহাতত লৈ আলফুলে মন মৰমৰে উপচাই দি
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ যৌবন
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ যৌবন
ঢলি ঢলি যেন পৰো প্ৰতিক্ষণ
প্ৰেমৰে ৰাগি সপোনৰ গুঞ্জন
কিনো মায়াৰে বান্ধি থলা মোক
চিঙো চিঙো বুলি ছিঙিব নোৱাৰি মৰমৰ এই বান্ধোন
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ যৌৱন
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ যৌৱন
শুৱদি অমিয়া ঢালি কানে কানে আহি ক'লাহি
তুমি মোৰ মই তোমাৰ পৃথিৱী চেনেহৰ পথাৰ
শুৱদি অমিয়া ঢালি কানে কানে আহি ক'লাহি
তুমি মোৰ মই তোমাৰ পৃথিৱী চেনেহৰ পথাৰ
নমুৱা ন জোনক সৰগী জোনাকক
নমুৱা মৰতক আলফুলে মৰমক
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ এই যৌৱন
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ এই যৌৱন
জ্বলোৱা হিয়া মোৰ কলিজাৰ উমেৰে
শেষ হব দিয়া মোক সাৱটি বুকুতে
সেমেকা এই মন জুমি চোৱাহি
দুহাতত লৈ আলফুলে মন মৰমৰে উপচাই দি
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ যৌবন
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ যৌবন
জগোৱা মোৰ এই জীৱন
সজোৱা মোৰ যৌবন