Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Odhikar (From "OLONGKAAR")
Stannium
,
Tanmoy Saikia
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
তুমি
অহা
বাটেৰে গোলাপ ফুলে
তাতে ৰ'দৰ
পোহৰ হয়
মৰমে ৰ'দালি আনে
তুমি
অহা
বাটেৰে গোলাপ ফুলে
তাতে ৰ'দৰ
পোহৰ হয়
মৰমে ৰ'দালি আনে
যিমান চালেও তোমাক
হেঁপাহ নপলাই
কোনেও দিব নোৱাৰে
মৰম মোৰ সমান
তোমাৰ বাদে দেহা
নাই আন কাৰোৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
মৃত্যু যদি
আছে লিখা
কোনে ৰখাব কোৱা?
নিশ্চিন্ত থাকা
মই চাই থাকিম
তোমাক আকাশৰ পৰা
মৃত্যু যদি
আছে লিখা
কোনে ৰখাব কোৱা?
নিশ্চিন্ত থাকা
মই চাই থাকিম
তোমাক আকাশৰ পৰা
অজস্ৰ মৰমৰ বিকল্প নু কি?
আমাৰ দুয়োৰ কাহিনী
অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি
ল'বানে তুমি বুটলি
তোমাৰ বাবে দেহা
নাই আন কাৰোৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
~ itsmechinmoy