Skip to content

Parashi Puaate Tulungaa

Popularity · Low

YouTube

Searching YouTube...

Lyrics

পৰহি পুৱাতে তুলুঙা নাৱতে ৰংমন মাছলে' গ'ল মাছকে মাৰিবলে' নেলাগে যাবলে' ধুমুহা আহিবৰ হ'ল ক'ৰবাত কেনেবাকে' ঘঁৰিয়ালে ধৰিব বৈ যাব তেজৰে ঢল গধূলিৰে পৰতে বৰহমপুত্ৰৰ মাজতে ৰংমন নাইকিয়া হ'ল হিয়াখনি ভুকুৱাই আকাশলৈ চাই চাই ৰ'হদৈ বাউলী হ'ল অ' ঢৌ যা গুচি নিশাকে নেওচি ৰংমনক আনিবৰ হ'ল ঢৌবোৰে সাৱটি ৰংমনৰ দেহাটি পাৰতে শুৱাই থৈ গ'ল