Skip to content

Mitha Mitha Kothare

Popularity · Low

YouTube

Searching YouTube...

Lyrics

মিঠা মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ আপোন হ'লি ঐ সপোনা]ৰ কাৰেঙত আছ যে উমলি তই ন'হলে আজি একোৱেই ভাল নালাগে মোৰ মিঠা মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ আপোন হ'লি ঐ অ' লৈ যা লৈ যা মোকো লগতে লৈ যা তই নাথাকিলে আজি মই আধৰুৱা আপোন মোৰ কলিজা তোৰে ঐ পদুলিত এৰি থৈ আহিছো কোনেও নেদেখাকৈ বুটলি ৰাখি থ নিজৰ কৰি সাৱতি ল কপাহি কোমল তোৰ আঙুলিৰ বোল দে আহি বুলাই দেহা শাত পৰি ৰওক মোৰ হেপাহো নপলাই চায়েই থাকিম যেন তোক এনে লাগে কিয় দি দিও মোৰ সকলো তোকে ঐ উজাৰি নাথাকক একো বাকি মোৰ মিঠা মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ আপোন হ'লি ঐ