Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Indradhanu
Shankuraj Konwar
,
Bixal
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
নাচে ইন্দ্ৰধনুৰ সতে
দশু দিখে পৃথিবীৰে ৰং
কি ৰং সানি লহবো মধুৰ জীবন
যদি ইন্দ্ৰধনুৰ দৰে
সাতু ৰঙি এই জীবন
দুশৰ কিও বাৰু মুৰ মেঘৰ বৰণ
মলয়াই জাকি মাৰি কলিজাতে মুৰ
জাচি দিলে হি মিঠা সুৰ
জাচি দিলে হি মিঠা সুৰ
সেই সুৰৰে আচলকে চাবটি লই
সপুনৰে সহাৰি লই
গুচি যামে দুৰণি লই
যত ইন্দ্ৰধনু
ৰঙা নীলা সেউজীয়া
ৰঙতে বিলিন
মনৰে আকাশ আজি অপৰিসীম
কিও ক'লা বগা দেখু
তুমি তু ৰঙিন
মুকুতা সাগৰৰ দৰে
দুচকু নীলিম
চকু হাল মেলি যদি
কাষতে তুমাকে পাও
সুখী বুলি নিজকে
কবো পাৰু নে?
মলয়াই জাকি মাৰি কানে কানে মুৰ
গুনগুনলে মিঠা সুৰ
গুনগুনলে মিঠা সুৰ
সেই সুৰৰে সিতানকে চাবটি লই
সপুনৰে সহাৰি লই
গুচি যামে দুৰণি লই
যত ইন্দ্ৰধনুৰ দৰে
যতো সুখ দুখু যাযাবৰ
ঠিকনা বিহীন ডাৱৰৰ সাজিম ঘৰ
মলয়াই জাকি মাৰি কানে কানে মুৰ
গুনগুনলে মিঠা সুৰ
গুনগুনলে মিঠা সুৰ
সেই সুৰৰে ভাষা যদি বুজি পোৱা
তাতেই পাবা ভাল পোৱা
তাতেই পাবা ভাল পোৱা
যত ইন্দ্ৰধনু
~ itsmechinmoy