Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Moina Kun Bidhatai
Zubeen Garg feat. Romen Barua & Brojen Baruah
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
মইনা কোন বিধাতাই সাজিলে চমক নীলা বিজুলীৰে?
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি?
চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিটি
সেই চমকৰ ভমক লাগি দোষী মৰে মনটি মইনা
অ' মইনা, অ' মইনা
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি?
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি?
পূর্ণিমাৰে আকাশৰে জোনটি শুৱনি
ক'ত পাবানো মেলিলে হাত দুখনি?
অ' মইনা হাত নেমেলোঁ আনিবলৈ দূৰ আকাশৰ মণিটি
হাত নেমেলোঁ আনিবলৈ দূৰ আকাশৰ মণিটি
মোৰ মন হাকুটি লগাই পাৰিম এই পূৰ্ণিমাৰ জোনটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি?
অ' নন্দন বনত ফুলি আছে ফুল পাৰিজাত
কৃষ্ণ গোসাঁই ৰখি আছে, নেমেলিবা হাত
অ' মইনা হাত নেমেলোঁ, ফুল নিছিঙোঁ, নিছিঙোঁ মই কলিটি
হাত নেমেলোঁ, ফুল নিছিঙোঁ, নিছিঙোঁ মই কলিটি
মোৰ প্ৰাণ পখিলাই চুমি যাব এই পাৰিজাত ফুলটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি?
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি?
চগাৰ পাখি লাহি-লাহি এন্ধাৰতে উৰে
বন্তিৰ উজ্জ্বল শিখাত পৰি জ্বলি জ্বলি মৰে
অ' মইনা নাই পাথি মোৰ উৰিবলে, নহ'লোঁ মই চগাটি
নাই পাথি মোৰ উৰিবলে, নহ'লোঁ মই চগাটি
প্ৰেম তুলসিৰ তলত জ্বলাম এই সোণৰে বন্তি মইনা
মইনা কোন বিধাতাই সাজিলে?