Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Paribane Ahibo
Aarxslan
,
Karan Das
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
তুমি কোৱা কথাবোৰে প্ৰেম ধিয়াই লহৰ আনে
তুমি দিয়া আশাবোৰে মন পূৰাই মৰম সানে
পাৰিবানে আহিব তুমি কাষলে' হৃদয় জুৰাবলে'?
এতিয়া সমীৰে নীৰৱে আছে তোমাৰ উশাহ পাবলে'
সুখ সপোনে থমকি আছে তোমাৰ হাঁহি চাবলে'
কজলা দুচকুৱে কিনো মৰম সানিলে!
শুৱলা দু-ওঁঠেৰে কিনো কথা ভাহিছে!
ভাৱনাতে উৰা সপোন পৰশতে সামৰিছোঁ
মোৰ কলিজাতে পাবা নিজৰ ঠিকনা
কাগজতে ৰচা ফাগুন সাজি যেন ভাগৰিছোঁ
তুমি লিখিবলে' আহি দিয়াঁ প্ৰেৰণা
পাৰিবানে আহিব তুমি কাষলে' হৃদয় জুৰাবলে'?
এতিয়া সমীৰে নীৰৱে আছে তোমাৰ উশাহ পাবলে'
সুখ সপোনে থমকি আছে তোমাৰ হাঁহি চাবলে'