Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Henguliya
Sannidhya Bhuyan
,
Triv
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
মিঠা সুৰেৰে ভৰা
জীৱন এটি পাৰাপাৰবিহীন কবিতা
অনুভূতিৰে আৱৰা
ধূলি-ধোঁৱাৰে অঁকা
হৃদয়ৰে ধৰণীলে' পোহৰ নমোৱা
সূৰ্যমুখী তুমি হোৱাঁ
অ', ৰিণিকি-ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
সাৱটি সেউজীয়া
অ', ৰিণিকি-ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
সাৱটি সেউজীয়া
অ', হিয়াৰে এমুঠি বৰণীয়া
অ', ৰ'দৰে পখিলী ৰহণীয়া
অ', ছুবলে' এধানি মলয়া জুৰ
বিচাৰোঁ চিনাকি মনৰে সুৰ
অ', হৃদয়ৰে পদূলিতে ৰ'দৰ ফাকুৰে
আঁকি যোৱাঁ ৰামধেনু সাতো ৰঙেৰে
অ', ৰঙচুৱা আবেলিৰ হেঙুল প্ৰভাৰে
আদৰিবাঁ জেউতি মনৰ জোনেৰে
অ', ৰিণিকি-ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
সাৱটি সেউজীয়া
অ', ৰিণিকি-ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
সাৱটি সেউজীয়া