Osinaki monor apun
Dyou
Popularity · Low
YouTube
Searching YouTube...
Lyrics
এমুঠি অশ্ৰু নৈ মোৰ বুকুতে বয়
নিশাৰ নিজানতাত
আছোঁহি জীয়াই চকুলোঁ তিয়াই
বিচাৰি পোহৰ
অধিৰ বসন্ত
দুখ অনন্ত
পাইও হেৰুৱাই যন্ত্ৰণাই
কৰিছে জীৱন শান্ত
অচিনাকি মনৰ আপোন
নিবিচাৰা জানো উভতিব?
তোমাৰ বুকুৰ বিৰলতা
অনুভৱ মোৰ প্ৰতিনিশা
প্ৰতি দিনে উভংগা আবেগ
হৈ ৰল অতীতৰ মধুৰতা
অধিৰ বসন্ত
দুখ অনন্ত
পাইও হেৰুৱাই যন্ত্ৰণাই
কৰিছে জীৱন শান্ত
অচিনাকি মনৰ আপোন
নিবিচাৰা জানো উভতিব?