Skip to content

Laloi Tumaloi

Papon
Popularity · Low

YouTube

Searching YouTube...

Lyrics

লালৈ তোমালৈ জিমানে লালৈ মৰম অই নাচোনি লালৈ মৰম অই নাচোনি লালৈ আনলৈ হিমানে নাই লালৈ আখা কৰাই কৰাই লালৈ নিৰাখা কৰিলা লালৈ নিৰাখা কৰিলা লালৈ তোমাৰ হ'মান নৰোকি নাই (লালৈ তোমালৈ জিমানে লালৈ মৰম অই নাচোনি লালৈ মৰম অই নাচোনি লালৈ আনলৈ হিমানে নাই লালৈ আখা কৰাই কৰাই লালৈ নিৰাখা কৰিলা লালৈ নিৰাখা কৰিলা লালৈ তোমাৰ হ'মান নৰোকি নাই) লালৈ এয়াতে জনমে লালৈ ক'তে বা মৰণে লালৈ ক'তে বা মৰণে লালৈ কুনে থিয়াং কৰি ক'বো লালৈ তিৰিয়ে জনমে লালৈ হাধি মই আহিছু লালৈ হাধি মই আহিছু লালৈ মৰিম গৈ লুকোৰে ঘৰত (লালৈ এয়াতে জনমে লালৈ ক'তে বা মৰণে লালৈ ক'তে বা মৰণে লালৈ কুনে থিয়াং কৰি ক'বো লালৈ তিৰিয়ে জনমে লালৈ হাধি মই আহিছু লালৈ হাধি মই আহিছু লালৈ মৰিম গৈ লুকোৰে ঘৰত) লালৈ মই জানৈ মৰিলে লালৈ কান্দিবো নেলাগে লালৈ কান্দিবো নেলাগে লালৈ পুতিবো অই নেলাগে গাতত লালৈ দিঙিতে দুলে লগাই লালৈ নিবো তানি সুচুৱাই লালৈ নিবো তানি সুচুৱাই লালৈ পেলাই দিবা ব্ৰহ্মপুত্ৰৰ মাজত (লালৈ মই জানৈ মৰিলে লালৈ কান্দিবো নেলাগে লালৈ কান্দিবো নেলাগে লালৈ পুতিবো নেলাগে গাতত লালৈ দিঙিতে দুল লগাইয়ে লালৈ নিবো তানি সুচুৱাই লালৈ নিবো তানি সুচুৱাই লালৈ পেলাই দিবা ব্ৰহ্মপুত্ৰৰ মাজত) লালৈ তোমাৰে বেজাৰত লালৈ জাপে দিম ব্ৰহ্মপুতত লালৈ জাপে দিম ব্ৰহ্মপুতত লালৈ হুতে পাই উতুৱাই নিবো লালৈ মংঘো হৈ গলিবো লালৈ হাৰে হৈ পোচিবো লালৈ হাৰে হৈ পোচিবো লালৈ মাছে তানি তানি খাবো (লালৈ তোমাৰে বেজাৰত লালৈ জাপে দিম ব্ৰহ্মপুতত লালৈ জাপে দিম ব্ৰহ্মপুতত লালৈ হুতে পাই উতুৱাই নিবো লালৈ মংঘো হৈ গলিবো লালৈ হাৰে হৈ পোচিবো লালৈ হাৰে হৈ পোচিবো লালৈ মাছে তানি তানি খাবো)