Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Silonor Monalisa
Bhupen Hazarika
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
শ্বিলঙৰে মনালিছা লিংড'
শ্বিলঙৰে মনালিছা লিংড'
তোমাৰ হাতৰ গীটাৰখনিত হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
অ', শ্বিলঙৰে মনালিছা লিংড'
শ্বিলঙৰে মনালিছা লিংড'
তোমাৰ হাতৰ গীটাৰখনিত হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
মনালিছা, মনালিছা, মনালিছা
তোমাক স্ৰজিলে কোন লিঅ'নাৰ্ড'ই?
কেনেকে' হ'লা তুমি ইমান ধুনীয়া?
কেনেকে' হ'লা তুমি ইমান ধুনীয়া?
মনত আছেনে দুয়ো গৰখীয়া
শ্বৰাতিৰ সুৰে-সুৰে কিন্ কিন্ বৰষুণে-বৰষুণে ভিজা
শ্বিলং পীকত সেই দেওবাৰে পুৱা?
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
তুমি আজি লাবানৰ ক'ৰবাত
আৰু ৰাজধানী সলনিৰ পিছত আহি
হ'লোঁ এতিয়া দিছপুৰীয়া
হ'লোঁ এতিয়া দিছপুৰীয়া
ক্ৰিছেন্থিমাম যিমান ৰঙা
মোৰ তোমাৰ সোঁৱৰণি সিমানে ৰঙা
ক্ৰিছেন্থিমাম যিমান ৰঙা
মোৰ তোমাৰ সোঁৱৰণি সিমানে ৰঙা
মনালিছা নংপোলে' এবাৰ আহাঁনা
ময়ো যাম ছুটী পালে নংপোলৈ
মন দিম, মন নিম গীটাৰৰ সুৰে-সুৰে
অদূৰ-মধুৰ কোনোবা ৰাতিপুৱা
শ্বিলঙৰে মনালিছা লিংড'
শ্বিলঙৰে মনালিছা লিংড'
তোমাৰ হাতৰ গীটাৰখনিত হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ
হিলীবিলী মিউজিক বজাই যোৱাঁ