Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Tai Kot
Debabrata Gogoi & Sens3i
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
সময়বোৰো পাৰ হ'ল
আজিও দেখা নাই মই তাই ক'ত!
আছিলে সদায় মোৰ side-ত
মোৰ বাবে লিখে কবিতা
৫:৩০ বজাৰ লগে লগে আমি ঘূৰি ফুৰোঁ bike-ত
আজিও দেখা নাই মই তাই ক'ত!
আছিলে সদায় মোৰ side-ত
মোৰ বাবে লিখে কবিতা
৫:৩০ বজাৰ লগে লগে আমি ঘূৰি ফুৰোঁ bike-ত
দেখা নাই মই তাইৰ দৰে life-ত
মন মোৰ তাইক লৈ যাওঁ ride-ত
দুয়ো চন্দ্ৰতে বহি মিলিজুলি থাকোঁ তৰা গণি গণি
চাই আজি তোমাক দেখা নাই
কালিৰ সময় কোনে পায়!
নাজানো মই, নাজানে তাই
পানীৰ দৰে সময়ো...
চাই আজি তোমাক দেখা নাই
কালিৰ সময় কোনে পায়!
নাজানো মই, নাজানে তাই
পানীৰ দৰে...
Ride-ত, ride-ত
লৈ যাওঁ ride-ত, ride-ত
লৈ যাওঁ ride-ত, ride-ত
Ride-ত, ride-ত
নিজকে তাই আজি বিচাৰে
মন ইয়াত, শৰীৰ আছে সিপাৰে
ঘূৰি আহ মোৰ উকা বুকুলে'
মন যায় তোৰ পৰশ পাবলে'
নোখোলে, মনৰ দুৱাৰ নোখোলে
প্ৰতিপল প্ৰতিবাদ কৰে অকলে
কবিতা মোৰ আজি বিয়পে
সোঁৱৰে তোক নীলা আখৰে
আমি ঘূৰি ফুৰোঁ bike-ত
দেখা নাই তাইৰ দৰে life-ত
মন মোৰ তাইক লৈ যাওঁ ride-ত
দুয়ো চন্দ্ৰতে বহি মিলিজুলি থাকোঁ তৰা গণি গণি
চাই আজি তোমাক দেখা নাই
কালিৰ সময় কোনে পায়!
নাজানো মই, নাজানে তাই
পানীৰ দৰে সময়ো যায়
আজি তোমাক দেখা নাই
কালিৰ সময় কোনে পায়!
নাজানো মই, নাজানে তাই
পানীৰ দৰে...
Ride-ত, ride-ত
লৈ যাওঁ ride-ত, ride-ত
লৈ যাওঁ ride-ত, ride-ত
Ride-ত, ride-ত
তাই ক'ত? তাই ক'ত?
বিচাৰোঁ মই, তাই ক'ত? তাই ক'ত?
বিচাৰোঁ মই, তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?
তাই ক'ত? তাই ক'ত?