Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Tumar Dusokute
Aakangkhya Das
,
Bhaskar Opswel
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
দুচকুতে প্ৰণয়ৰে ধেমালি
হৃদয়তে সৰাপাতৰ উচুপনি
দুচকুতে প্ৰণয়ৰে ধেমালি
হৃদয়তে সৰাপাতৰ উচুপনি
হাঁহি হাঁহি ঢাকি থ'লোঁ
নজনাকে' তুমিও নেদেখাকে'
বুকুখনি কঁপি উঠে আৱেশৰ
আৱেগতে গোপনে
বুকুতে আজি খেলা কৰে নজনাকে'
উশাহতো তুমি থাকা গুপুতে
বুকুতে আজি খেলা কৰে নজনাকে'
উশাহতো তুমি আছা গুপুতে
নোকোৱা কথাবোৰ আজি
আলফুলে শুনিবাঁ
হৃদয়ে বিচাৰিছে তোমাক
সোণ পল প্ৰতিপল তুমি
মোৰে হৈ ৰোৱাঁনা
আদৰে ৰখিমে যে হিয়াত
হাঁহি হাঁহি ঢাকি থ'লোঁ
নজনাকে' তুমিও নেদেখাকে'
বুকুখনি কঁপি উঠে আৱেশৰ
আৱেগতে গোপনে
বুকুতে আজি খেলা কৰে নজনাকে'
উশাহতো তুমি আছা গুপুতে
হৃদয়ত গোপনে লিখা
অনুভৱ তুমি হোৱাঁ
মাথোঁ তুমি মোৰ হোৱাঁনা
আলসুৱা সপোনে আহি
ক'ব খোজে বহুকথা
তোমাতে বিলীন হ'ব দিয়াঁ
হাঁহি হাঁহি ঢাকি থ'লোঁ
নজনাকে' তুমিও নেদেখাকে'
বুকুখনি কঁপি উঠে আৱেশৰ
আৱেগতে গোপনে
বুকুতে আজি খেলা কৰে নজনাকে'
উশাহতো তুমি থাকা গুপুতে
বুকুতে আজি খেলা কৰে নজনাকে'
উশাহতো তুমি আছা গুপুতে