Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Boie Jai
Amarendra Kalita, Sohan Deb
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
বৈয়ে যায় মায়া সানি তাই
উভতি বাৰে বাৰে চায়
কৈয়ে যায় কাণে-কাণে তাই
হৃদয়ৰ ঠিকনা দি যায়
তুমি আঁকা ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোণৰ দৰে
নিয়ৰৰ চাদৰেৰে
ডাৱৰে আহি দিয়েহি
তোমাৰে বতৰাবোৰ, অ'
উকা সপোনৰ আকাশত
দিয়ে বৰষাৰ সুৰ
দুপৰৰ চেঁচা বতাহ হৈ
উৰুৱাই উদাসী মন
অজানিতে আহি দিয়াহি
মৰমৰ প্ৰতিটো ক্ষণ
মনৰে কথাবোৰ মনতে সাঁচিলোঁ
অধীৰ হিয়া তোমাক ক'বলে'
উকা জীৱনৰে অযুত ভাৱনাই
বিচাৰি ফুৰে তোমাক পাবলে'
ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোণৰ দৰে
নিয়ৰৰ চাদৰেৰে