Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Upaxona
Saurav Hazarika, Zenith Gogoi
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
নিস্তদ্ধ আলিবাটেৰে
বাটৰুৱা আজি দিশহাৰা
মেঘে বৰষা হৈ আনিছে প্ৰত্যাশা
মেঘে বৰষা হৈ আনিছে প্ৰত্যাশা
বৰষুণৰ টোপালে
ঘূৰাই দিলে সেই শলাগিত সুবাসনা
তুমি-মই সন্মুখীন
হওঁ আজি উপাসনা
নিস্তদ্ধ আলিবাটেৰে
বাটৰুৱা আজি দিশহাৰা
মেঘে বৰষা হৈ আনিছে প্ৰত্যাশা
মেঘে বৰষা হৈ আনিছে প্ৰত্যাশা
পুৰণি কবিতাৰ কিতাপত মোৰ
আজি এই ক্ষণৰ সোঁৱৰণী
তোমাৰেই প্ৰথমবাৰৰ দৃশ্য
আজি চকুত মোৰ ৰঙালী
পুৰণি কবিতাৰ কিতাপত মোৰ
আজি এই ক্ষণৰ সোঁৱৰণী
তোমাৰেই প্ৰথমবাৰৰ দৃশ্য
আজি চকুত মোৰ ৰঙালী
মনত বাজিছে ঝংকাৰ
আঁকিছিলোঁ তোমাৰ প্ৰতিচ্ছবি
পূৰণ নহ'ল আশা মোৰ
দিব নোৱাৰিলোঁ হিয়াৰ বাতৰি
নিস্তদ্ধ আলিবাটেৰে
বাটৰুৱা আজি দিশহাৰা
মেঘে বৰষা হৈ আনিছে প্ৰত্যাশা
মেঘে বৰষা হৈ আনিছে প্ৰত্যাশা
~ itsmechinmoy