Skip to content

Adhoruwa Kotha

Popularity · Low

YouTube

Searching YouTube...

Lyrics

আখৰুৱা কথাবোৰো নীলিমাতেই লিখি থওঁ, পপীয়া তৰাটিকো আমাৰে সাধু কওঁ। বতাহৰেই শৰীৰতো তোমাকে খেপিয়াও সেউজীয়া প্ৰণয়ৰো ৰঙ বোৰ সানি লওঁ। ভাৱনাতো অভিমানী তোমাকে যে পাওঁ, ধৰা দিও দূৰ হোৱা আধৰুৱা হওঁ ও ও ও ও ৰামধেনু ৰামধেনু সাঁতোৰঙী হোৱা মোৰ, বৰষা হৈ আঁকি দিয়া মৰমৰে ছবিবোৰ গোপনে গোপনে আলফুলে চুৱা মোক সপোন সপোন লগা কোৱা আকৌ কথাবোৰ জোন বেলি তৰাবোৰ মনৰে যেন কথা মোৰ নোকোৱাকৈ থাকি যোৱা সৰু সৰু আশা বোৰ জীৱনে মৰণে কাষৰতে ৰোৱা মোৰ সাঁতুৰিব দিয়া মোক দুচকুৰে হেঁপাহত