Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Uxaah
Sannidhya Bhuyan
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
তুমি সজোৱা বাটেৰে উকি মাৰি যায় সময়ে
খিৰিকীৰে বয় ফাগুনী, মিঠা আৱেগৰ জুৰণি
তুমি সজোৱা বাটেৰে উকি মাৰি যায় সময়ে
খিৰিকীৰে বয় ফাগুনী, মিঠা আৱেগৰ জুৰণি
বৰষাৰ যুৰীয়া সুবাসে প্ৰণয়ৰ সুৰেৰে জোকালে
জড়তাৰ উদাসী হেঁপাহত এজাক উশাহে সাৰ পালে
বৰষাৰ যুৰীয়া সুবাসে প্ৰণয়ৰ সুৰেৰে জোকালে
জড়তাৰ উদাসী হেঁপাহত এজাক উশাহে সাৰ পালে
সাৰ পালে উশাহে নীৰৱ নিশাৰ সুৰেৰে
সাৰ পালে নিয়ৰে তোমাৰ নীলিম ভাষাৰে
যেতিয়া প্ৰভাতৰ প্ৰথম ৰ'দালিত তোমাৰ খোজে আনে সেউজীয়া
যেতিয়া দুপৰৰ তপ্ত আকাশত তুমি দিয়াহি সন্ধিয়া
আশাভৰা এছাটি সপোন হৈ জুৰোৱাহি মোৰ প্ৰতি পুৱা
নীৰৱতাৰ এধানি মৰম যে শেষ ধুমুহাৰ কঁহুৱা