Skip to content

Kun Tumi - Original

Popularity · Low

YouTube

Searching YouTube...

Lyrics

Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around কোন তুমি কোন তুমি মেঘালি, মোৰ মন আকাশৰ বিজুলি কোন তুমি কোন তুমি মেঘালি, মোৰ মন আকাশৰ বিজুলি মোৰ চোতালত, ফুলাহি শুকুলা শেৱালি, সৰতৰ আকাশ খনি, ফৰ'কাল মুকলি সৰতৰ আকাশ খনি, ফৰ'কাল মুকলি কোন তুমি কোন তুমি মেঘালি, মোৰ মন আকাশৰ বিজুলি লুইতৰ পাৰত আছে কহুৱাঁই, চুলি মেলি মেলি, লুইতৰ পাৰত আছে কহুৱাঁই, চুলি মেলি মেলি, আজি উদুলি-মুদুলি মোৰ, মনৰে পদূলি, আজি উদুলি-মুদুলি মোৰ, মনৰে পদূলি এ... হে... হে... কোন তুমি কোন তুমি মেঘালি, তোমাৰ ওঠৰ হাঁহিত বিজুলি, মোৰ মনৰ আকাশৰ হাত ৰঙি বৰ্ণালি, সাৰদি জোনৰ পোহৰ ৰূপালী সাৰদি জোনৰ পোহৰ ৰূপালী এ... কোন তুমি. কোন তুমি মেঘালি, মোৰ মন আকাশৰ বিজুলি, কোন তুমি কোন তুমি মেঘালি, মোৰ মন আকাশৰ বিজুলি মোৰ চোতালত, ফুলাহি শুকুলা শেৱালি, সৰতৰ আকাশ খনি, ফৰ'কাল মুকলি, সৰতৰ আকাশ খনি, ফৰ'কাল মুকলি কোন তুমি কোন তুমি মেঘালি, মোৰ মন আকাশৰ বিজুলি