Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Priti Bhora
Zubeen Garg
Popularity · Moderate
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
মধুভৰা আবেশে উতলা কৰে মন
তুমি হাহিৰে সানিলা
তাতেনো ৰামধেনুৰ ৰং
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
তুমি কপাহী কুঁৱলী ফালি
ৰদালাহি মোৰ মন
তুমি ৰূপালী জোনালি ৰাতি
খজালাহি যৌৱন
তুমি কপাহী কুঁৱলী ফালি
ৰদালাহি মোৰ মন
তুমি ৰূপালী জোনালি ৰাতি
খজালাহি যৌৱন
অমিয়া সুৰৰ পৰশেৰে
যুুৰিয়া প্ৰাণৰ সপোনতে
সানি দিলা সুৰভি
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
বহু আওঁখি বৰণী কৰি
খজালাহী জীৱন
সোঁৱৰণী ৰে ইলিজী মচি
কৰিলাহী উন্মণ
বহু আওঁখি বৰণী কৰি
খজালাহী জীৱন
সোঁৱৰণী ৰে ইলিজী মচি
কৰিলাহী উন্মন
দক্ষিণা দেশৰ বতাহেৰে
উপমা সুখৰ শৰীৰতে
সানি দিলা হেঙুলী
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
মধুভৰা আবেশে উতলা কৰে মন
তুমি হাহিৰে সানিলা
তাতেনো ৰামধেনুৰ ৰং
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি...