Skip to content

Agali Batahe Kanpale

Popularity · Low

YouTube

Searching YouTube...

Lyrics

আগলি বতাহে কঁপালে কলৰে পাত মন উৰণীয়া হেৰালে বাটৰে আঁত আগলি বতাহে কপালে কলৰে পাত বুজো কি নুবুজো চিনাকি কুলিৰে মাত মেলোঁ কি নেমেলোঁ মোৰ আকাশে চুবলে হাত হেৰালে বাটৰে আঁত এটি সুৰ মাথোঁ মনৰে ডালতে কঁপে এটি মাথো পখী এটি উৰে উৰে কিনো ফুল সিটি কিনো পখী সিটি জিৰাব কিহৰে ছাঁত হেৰালে বাটৰে আঁত