Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Odhikar
Tanmoy Saikia
Popularity · Moderate
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
তুমি অহা বাটেৰে গোলাপ ফুলে
তাতে ৰ'দৰ পোহৰ হৈ মৰমে ৰ'দালি আনে
তুমি অহা বাটেৰে গোলাপ ফুলে
তাতে ৰ'দৰ পোহৰ হৈ মৰমে ৰ'দালি আনে
যিমান চালেও তোমাক হেঁপাহ নপলায়
কোনেও দিব নোৱাৰে মৰম মোৰ সমান
তোমাৰ বাদে, দেহা
নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
মৃত্যু যদি আছেই লিখা, কোনে ৰখাব— কোৱাঁ!
নিশ্চিন্ত থাকাঁ, মই চাই থাকিম তোমাক আকাশৰ পৰা
মৃত্যু যদি আছেই লিখা, কোনে ৰখাব— কোৱাঁ!
নিশ্চিন্ত থাকাঁ, মই চাই থাকিম তোমাক আকাশৰ পৰা
অজস্ৰ মৰমৰ বিকল্পনো কি? আমাৰ দুয়োৰ কাহিনী
অপূৰ্ণ আৱেগৰ বেদনাৰ চিঠি ল'বানে তুমি বুটলি?
তোমাৰ বাদে, দেহা
নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ
প্ৰেমৰ অধিকাৰ