Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Upohar Reprise (Ogrogami)
Bishrut Saikia
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
YouTube
Searching YouTube...
Lyrics
Original
Translation
Bilingual
বুকুৰে মাজতে তুমি মন মোৰ
দিঠকত তুমি বহু দূৰ
নিজৰাৰ দৰে তুমি আছা বৈ
সিৰে সিৰে মোৰ ৰক্ত হৈ
একা বেঁকা জীৱন পথত
সান্তনা তুমি মনৰ
ৰ'দালি আহে ডাৱৰ ফালি
বৰষাৰ শেষত সেয়া তুমি নেকি?
তুমি মোৰ সেই কাহিনী
আনে ফুৰে যি বিচাৰি
দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
চাওঁ থমকি সকলো পাহৰি
স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
মানুহে ইয়াকেই প্ৰেম বোলে নেকি?
কাষতে তোমাৰ ৰ'ম ছাঁয়া হৈ
পৰিব নিদিওঁ ভাঙি
সময়ৰ পাতত ল'বা লিখি
মোৰ এই মৰম তোমাৰ বুলি
তুমি যেন উপহাৰ এটি