Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Ojanite Tumi
Pincool
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
অজানিতে কিনো মৰম সানি দিলা!
পলকতে কিনো সপোন আঁকি দিলা!
অজানিতে কিনো মৰম সানি দিলা!
পলকতে কিনো সপোন আঁকি দিলা!
ধিপ্-ধিপ্-ধিপ্ কলিজা কঁপে
তুমি কাষেৰে পাৰ হ'লে
চিকিমিকি সপোনে ক'লে
তুমি হ'বানে এবাৰ মোৰে?
তুমি মন-কাগজৰ কবিতা হোৱাঁনা
তুমি মোৰ আলসুৱা বুকুতে ৰোৱাঁনা
অজানিতে ৰঙীন আবেলিয়ে
নুবুজাকে' কি ৰহণ সানি দিলে!
অজানিতে ৰঙীন আবেলিয়ে
নুবুজাকে' কিনো সপোন আঁকি দিলা!
দুটি মনৰ অবুজ ভাষাৰে
কি সুৰ ছটিয়ালে?
এসাগৰ পানীৰ মাজতে
কাগজৰ নাও সাজিমে
তুমি মোৰ কলমৰ চিয়াঁহী হোৱাঁনা
মলয়াৰ দলিচাতে কবিতা লিখাঁনা