Skip to content

Modhulogon

Popularity · Low

Listen

YouTube

0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced

Lyrics

মধু লগনৰ মধু ক্ষণ উগুল থুগুল মন আজি তোমাতেই মগন সঁপিলো নিজকে তোমাত তুমিয়েই জীৱন তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন তোমাৰে কপালত থাপিলো ৰঙা ফাগুন মধু লগনৰ মধু ক্ষণ... তোমাৰে মৰমক বুকুতে সামৰি ৰাখিমে ওৰে জীৱন তোমাৰে সপোনক দুহাতে সাবটি ৰাখিমে ওৰে জীৱন হাতে হাতে ধৰি আমি দুয়ো আগুৱাম সুখে দুখে মিলি দুয়ো দুয়োকে ধিয়াম এটি এটি পল হাঁহি হাঁহি উজলাম হেঁপাহৰে পজা আমি প্ৰেমৰে সজাম তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন তোমাৰে কপালত থাপিলো ৰঙা ফাগুন মধু লগনৰ মধু ক্ষণ...